মেটা:অনুবাদৰ অনুৰোধ - Meta
From Meta, a Wikimedia project coordination wiki
Other languages:
- Bahasa Indonesia
- Cebuano
- Deutsch
- English
- Hausa
- Nederlands
- Sunda
- Tiếng Việt
- Türkçe
- Yorùbá
- español
- français
- interlingua
- magyar
- polski
- português
- português do Brasil
- română
- svenska
- Ελληνικά
- русский
- українська
- עברית
- العربية
- سنڌي
- فارسی
- مصرى
- پښتو
- हिन्दी
- অসমীয়া
- বাংলা
- ਪੰਜਾਬੀ
- తెలుగు
- ಕನ್ನಡ
- മലയാളം
- ไทย
- ပအိုဝ်ႏဘာႏသာႏ
- 中文
- 日本語
- 粵語
- 조선말
- 한국어
কেনেকৈ অনুবাদ কৰিব
- অনুবাদক ডেচব'ৰ্ডত এনেকুৱা কিবা এটা বিচাৰি উলিয়াওক যিটো আপুনি অনুবাদ কৰিব বিচাৰে।
- প্ৰাসংগিক অংশত ক্লিক কৰক।
- অনুবাদ কৰা আৰম্ভ কৰক।
বিতংভাৱে জানিবলৈ টিউটোৰিয়েল চাওক।
অনুবাদৰ অনুৰোধ কেনেকৈ কৰিব
- আপুনি মেটা-ৱিকিত অনুবাদ কৰিব বিচৰা পৃষ্ঠাটো সৃষ্টি কৰক, যদি ইয়াৰ অস্তিত্ব এতিয়াও নাই।
- টিউটোৰিয়েলটো অনুসৰণ কৰি অনুবাদৰ বাবে পৃষ্ঠাটো প্ৰস্তুত কৰক (টিউটোৰিয়েলৰ স্তৰ ১ আৰু ২)।
- এজন অনুবাদ প্ৰশাসকে (বা নিজেই যদি আপুনি এজন) Special:PageTranslation ত পৃষ্ঠাটো চাব আৰু অনুবাদৰ বাবে ইয়াক চিহ্নিত কৰিব (টিউটোৰিয়েলৰ স্তৰ ৩)।
যদি আপুনি কি কৰিব লাগে বুজি নাপায় আৰু নথিপত্ৰখনে সহায় নকৰে, বা অনুবাদ প্ৰশাসকে আপোনাৰ অনুৰোধ দেখা নাই, তেন্তে সহায় বিচাৰক।
চমুকৈ উত্তম পদ্ধতিসমূহ (অধিক পঢ়ক):
- উৎস পাঠটো যিমান পাৰি স্পষ্ট আৰু বুজিব পৰা কৰি তোলক। যেতিয়া কোনো গ্ৰন্থ অনুবাদ কৰিব লাগে তেতিয়া সংক্ষিপ্ততাৰ আগত স্পষ্টতা আহে।
- মেটাৰ বাহিৰত ব্যৱহৃত লিখনীৰ বাবে মূলৰ প্ৰসংগ দেখুওৱা এটা ব্যাখ্যা বা লিংক অন্তৰ্ভুক্ত কৰাটো পৰামৰ্শিত।
- আপুনি অনুবাদ কেতিয়া সাজু হোৱাটো বিচাৰে, আৰু প্ৰদত্ত লিখনী কোনবোৰ ভাষালৈ অনুবাদ কৰাটো আটাইতকৈ প্ৰাসংগিক সেই বিষয়ে চিন্তা কৰক আৰু সেইবোৰ পৃষ্ঠাত নিজেই নিৰ্দিষ্ট কৰক।
অনুবাদৰ ক্ষেত্ৰত সহায় Translators-l ত সুধিব পাৰি, ই ৱিকিমিডিয়া অনুবাদকৰ বাবে এটা মেইলিং তালিকা।
অনুবাদযোগ্যতাৰ বিষয়ে অধিক পঢ়িব পাৰিব।
ৱিকিমিডিয়া ফাউণ্ডেছন ৱিকি
ওপৰৰ কিছুমান অনুৰোধ, আৰু অৱস্থা অনুসৰি অনুবাদৰ কিছুমান হস্তচালিত অনুৰোধ, wikimediafoundation.org ত থকা পৃষ্ঠাসমূহৰ বিষয়ে আছিল আৰু আগ্ৰহী সম্পাদক আৰু ট্ৰান্সকমে চম্ভালিছিল (২০১৩ চনৰ মে' মাহলৈকে), আৰ্কাইভৰ বাবে উপপৃষ্ঠাসমূহ চাওক।
যদি আপুনি কোনো ৱিকিমিডিয়া ফাউণ্ডেছনৰ চাইট বা প্ৰকাশন অনুবাদ কৰিব বিচাৰে কিন্তু ই সম্পাদনযোগ্য নহয়, তেন্তে স্থানীয় লোকসকলৰ সৈতে যোগাযোগ কৰক, যেনে foundationwiki sysops।
২০২১ চনত ৱিকিমিডিয়া ফাউণ্ডেছনে ৱিকিয়ে আন ৱিকিৰ দৰে SUL লগইন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে, কিন্তু প্ৰবন্ধৰ নামস্থানৰ সম্পাদনাত বাধা আৰোপ কৰে। আলোচনা পৃষ্ঠা আৰু অনুবাদ সকলোৱে সম্পাদনা কৰিব পাৰে। ফলত আপুনি পোনপটীয়াকৈ ৱিকিত অনুবাদ কৰিব পাৰে। অধিক তথ্যৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেছন গভৰ্নেন্স ৱিকি চাওক।
অধিক চাওক
- Special:MessageGroupStats
- Special:LanguageStats
- Translators-l - এইটো এটা মেইলিং তালিকা যিটো প্ৰায়েই অনুবাদকসকলক নতুন অনুবাদ অনুৰোধৰ বিষয়ে অৱগত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
- Help:CentralNotice/Translations — কেন্দ্ৰীয় জাননীৰ সৈতে জড়িত কিছুমান বিশেষ বৈশিষ্ট্যৰ বাবে।
- (অনুবাদ প্ৰশাসকৰ বাবে): Special:NotifyTranslators (চমু নথিপত্ৰ)